Dataset Viewer
Auto-converted to Parquet Duplicate
audio
audioduration (s)
2.23
11.3
text
stringlengths
9
106
duration
float32
2.23
11.3
speaking_rate
float32
2.22
15.4
সুন্দৰ ল'ৰা-ছোৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰ পৰা নামি আহিল।
7.2
9.58
ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়।
6.66
6.91
কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্ব্ব প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে।
7.31
8.48
আমাৰ ঘৰত তলা মৰা অৱস্থাত ওছৰৰে ঘৰত মানুহ নথকা সময়ত চুৰি হৈছিল।
6.59
9.56
ইয়াৰ পাচত সূৰ্য্যই যেতিয়া ৰোগীক কেনে দেখিলে সুধিলে ডাক্তৰে ক'ব লগাত পৰিল।
6.7
11.2
মন ভালো লগা নাই, বেয়াও, নগা নাই।
5.29
6.24
পুৱাতে মোক খাটাংকৈ সমিধান দিব লাগিব।
4.68
7.69
পুৰণিয়ে নতুনক কয় যে পুৰণিক এৰিলে
6.22
5.47
যদিও এই উদ্যোগৰ ইতিহাস পুৰণি।
7.22
4.01
আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ।
7.31
10.13
কন্দা দেখি মাকৰ কোলাত হেৰি উঠিলগৈ।
7.34
4.63
এইদৰে বহুদিন গ'ল।
3.35
5.08
ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান মানস ৰাষ্ট্ৰীয় উদ্যান।
7.49
10.82
চেনিৰামহঁত তালৈকে যাবলৈ ওলাল।
4.97
5.84
তেওঁ ৰামৰ এজন ভাল অনুগামী।
9.24
2.81
এতিযা পুলিচৰ হাতৰ পৰা নিয়া যায় কেনেকৈ?
7.99
5.01
ডিছপ্লে' ছেটিংছ সলনি কৰিলে ঠিক হৈ যাব।
4.25
8.95
মই সকলো বস্তু যোগাৰ কৰি ৰাখিছিলোঁ।
4.9
6.94
এই বুলি চাঙত উঠি শুই থাকিল।
3.89
6.94
এটাও এৰি দিব নোৱাৰিলে আমি হোৱা হ'লে তাৰ পদূলিতো ভৰি নিদিলোঁহেঁতেন।
5.87
11.25
আজিয়েই মানুহ পঠিয়াব পাৰে।
4.32
6.25
“অ’ খৰিকটীয়া, অ’ খৰিকটীয়া খৰি নিদিয় কিয়?”
5.44
8.28
“মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে”
6.38
5.8
পুলিচে বা আকৌ কি বিচাৰে।
4.34
5.52
আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে।
8.74
6.52
ই স্বকীয়তাৰ দ্বীপ হিচাপেও পৰিচিত।
4.14
8.21
এই নামটো কলি জনগোষ্ঠী সকলৰ আৰাধ্য দেৱী - মুম্বাদেৱীৰ নামেৰে নামাকৰণ কৰা হয়।
6.95
10.94
আৰু কালি আৰু গণেশক নিৰ্বাসিত কৰে।
4.07
8.11
নমৰা হ'লে তাইক ক'ত ঘৰ লোৱাব পাৰোঁ!
4.1
8.28
এতিয়া মজা পাব, আইদেউ এই কামত কি সুখ।
4.86
7.61
কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে।
5.14
11.68
তেওঁ বুজিলে, পুলিচে গম পালে, দয়াৰামৰ আৰু সাৰিবৰ উপায় নাই।
6.34
9.31
এক লাখৰ এপ্পল্ আই ফ'ন।
3.89
5.66
সি ক'লে বোলে তাৰ তাতোকৈ ডাঙৰ দৰকাৰী কাম আছে।
4.34
10.13
জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত।
6.3
6.67
কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে।
8.03
9.59
কিন্তু সেই নৰিয়াতে সি ইমান দুৰ্ব্বল হৈছিল যে আজিলৈকে আগৰ শ্ৰী ঘুৰি অহা নাই।
7.3
10.42
আমি এতিয়ালৈকে মুম্বাইৰ বিভিন্ন ঠাইলৈ ঘৰ বদলি কৰিবলগীয়া হোৱা হেতুকে।
6.34
10.89
নৰাইৰ অৱস্থা আগেয়ে বৰ বেয়া আছিল।
3.96
8.59
কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়।
6.77
12.12
তাৰ পুৰস্কাৰ স্বৰূপে চেনিৰামক ধাৰে দিয়া টকা এৰি দিবলৈকে তেওঁ মনে মনে স্থিৰ কৰিলে।
6.52
12.58
ল'ৰাজনক সোধাত গম পালে তাৰ নাম পবিত্র নাথ।
4.79
8.56
মণিয়ে ক'লে- "তিনি দিনৰ ছুটী লৈ ঘৰলৈ আহিছিলোঁ।"
4.57
10.28
ল'ৰাও চাই আহিব পাৰিব।
3.06
6.86
কোনোবাই লিপিবদ্ধ কৰিছে নে এতিয়া সেয়াও নাজানোঁ।
4.18
11.49
এনেতে এজন প্ৰাৰ্থী ওলাল।
2.59
9.26
দঢ়াই দঢ়াই মাতি গৈছিল সকলোকে।
5.8
5.18
সেই নৰিয়াতে লাহে লাহে খিণায় শুকায় সি এদিন প্ৰাণ এৰিলে।
6.34
9
আপুনি জ্ঞানী মানুহ বহুত কথা জানে
2.95
10.84
এই কাৰণেই যে এনে বহুতো অভিভাৱক লগ পাইছোঁ।
4.9
8.37
বিশেষকৈ বিবেকেশ্বৰ বৈৰাগীয়ে মােক বৰকৈ উদগাব ধৰিলে
7.2
6.94
মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেও দেখোন তাই এনে হ'ব নোৱাৰে।
7.92
7.83
মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়।
6.84
7.89
সচা হ'লে কোনোমতেই ছোৱালী দিব নোৱাৰি।
4.54
7.94
এবছৰ আগেয়ে কানাডালৈ পলাই গৈছিল।
5.65
5.66
ঘৰৰ গৃহিণীৰ ওপৰতে গোটেই পৰিয়ালৰ সুখ দুখ নিৰ্ভৰ কৰে।
4.82
10.78
বুঢ়ীৰ ভাত-ঘুমতি আহিল।
3.5
6.28
ক্লিপব'ৰ্ডত ছবি প্ৰতিলিপি কৰা হ'ল।
4.1
8.28
কিন্তু সেই বুলি যিহকে ভাল পোবা আগ পিচ নেভাবি তাকে কৰা আমাৰ উচিত নহয়।
8.75
7.89
আঁঠুৱাখন অলপ ছিঙি হৈছে।
3.46
6.66
এই বাস্তৱমূলক কাহিনী ৰঙ্গমঞ্চত অভিনয়ৰ যোগেদি দৰ্শকৰ আগত দেখুৱাবৰ কাণে
8.18
8.55
তুমি যি ভাল দেখা তাকে কৰা।
3.28
7.94
এজনৰ হাত ভাঙিছিল, এজন পেৰেলাইচিচ হৈছিল।
6.5
6
কল অনা মানুহটোৱে বিচূৰ্ত্তি খায়।
4.1
8.04
ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল।
6.05
6.61
এক সাউদৰ দুজনী ঘৈণীয়েক আছিল।
4.25
6.83
সকলোৱে অনুৰোধ কৰাত, তেখেতে গান গাই শুনাইছে।
6.55
6.56
কিন্তু মোক ভালকৈ পূজা দিব লাগিব।
3.82
8.39
এইজন নপতা ফুকনৰ নাম হ'ল লাজ।
5.87
4.77
আমি লগ্নমতে যাৰে লগত হওক বিয়া দিবই লাগিব।
5.18
8.1
তেওঁৰ বয়স এতিয়া তেইশ বছৰ।
3.82
7.08
অলপ পাচতে গিৰগিৰাই বৰষুণ পৰিব ধৰিলে।
4.36
8.26
কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰায় ৰচিত হোৱাটো সম্ভৱ নাছিল।
5.62
11.22
কপাহৰ বাগিচা ৰঙা নৈৰ পাৰত আছিল।
4.82
6.43
মণ্ডলৰ ঘৰৰ পৰা খবৰ আহিল, দৰা এতিয়াও ভাল হোৱা নাই।
6.19
8.07
যে এই মুদ্ৰা পূৰ্ব ভাৰতৰ ব্ৰঙ্গৰ শাসনকৰ্তা চন্দ্ৰকেতুৰ।
6.41
8.58
সি চাগে তোমাৰ কথা শুনা নাই আগতে।
3.46
9.26
তেওঁৰ প্ৰধান লক্ষ্য আছিল পুতেকক অলপ সৰহীয়াকৈ খেতিৰ মাটি লৈ দিয়া।
5.4
12.22
পূৰ্ব্বকালত আমাৰ পূৰ্ব্বপুৰুষবিলাকে পিতৃক দেৱতুল্য সন্মান কৰিছিল।
7.2
9.03
সুত নলওঁ বুলিছে যদিও শেহত কি কৰে কোনে জানে!
5.26
8.18
কিন্তু দুপৰীয়া হঠাৎ ডাৱৰে আকাশ ঢাকি কলা কৰি আনিলে।
6.77
7.54
ক'লে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ।
4.5
7.78
এনেতে এদিন ৰাতি মােৰ বােৰ টোপনিৰ অৱস্থাত এটি আচৰিত সপােন দেখিলোঁ
9.4
6.81
ভূধৰ চিন্তাত নিমগ্ন হ'ল।
4.54
5.29
কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধঁপাত উৰাই ঘৰা-ঘৰি গ'ল।
7.31
7.8
তেওঁৰ হাতত জমা আছে মুঠেই আঠশ টকা।
4.86
6.79
ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক'লে
7.78
9.39
প্লেনৰ মতে কাম কৰি গৈ থাকা।
4.34
6.22
হাতো নেমেলিবি লাৱো নিছিঙিবি, ক'ৰে মগনীয়া তই।
8.14
5.53
এনে কাম লেগ্ৰীৰ বাগিচাত এয়ে প্ৰথম।
5.62
6.23
আজি বেংক খোলা পামনে?
9.02
2.22
তাক মাৰিব পাৰিলেই আমি বক্সিচ পাম।
4.86
6.79
কেইবাটাও চৰিত্ৰৰ আচল প্ৰকৃতিৰ লগতে বহু কথা উন্মোচন হোৱাৰ কথা প্ৰকাশ কৰে।
5.54
12.99
হালিক সমৰ্থন কৰোঁতা কোনো নথকাত হালিৰ উপায় নোহোৱা হ'ল।
6.3
8.57
এবিধ ভাষা কেতিয়াও যথেষ্ট নহয়।
4.5
6.89
তাৰ ঘৰ তেজপুৰ নগৰৰ পৰা প্ৰায় ষোল্ল মাইল আঁতৰত আহতগুৰি গাঁৱত।
6.86
8.89
ঘৰৰ ভিতৰত সোমাই দেখা পালে এজন মানুহ আঠুৱা তৰি লেপ লৈ শুই আছে।
7.31
8.35
নিলগতে বাবাজীক দেখা পাই নৰাইৰ খঙে শাম কাটিলে।
6.12
7.35
খাই উঠি মুহুদি কৰি বহিল আৰু বাটত ঘটা ঘটনাটো বৰ্ণনা কৰিলে।
8.5
6.71
হোৱাই নোহোৱাই তেওঁ যজমানক গালি পাৰে।
4.25
8.47
End of preview. Expand in Data Studio

Indic TTS Dataset Hub (Mozilla)

Validated audio–text pairs from Mozilla Common Voice for multiple Indic languages (and English).

Select the language from the Subset dropdown in the Dataset Viewer.

Columns

  • audio: WAV audio clip (16 kHz, embedded bytes)
  • text: TTS-ready transcription
  • duration: audio length in seconds
  • speaking_rate: characters per second
Downloads last month
422